নৰ্তকীসকল শিল্পৰ পূজাৰী, চিলিণ্ডাৰৰ বাবে শাৰী পতা নাৰীৰ প্ৰতি মোৰ মুঠেও আকৰ্ষণ নাইঃ সঞ্জয় লীলা ভাঞ্চালী

সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত সকলোসময়তে গণিকাবৃত্তি, নৰ্তকী আদিৰ কাহিনীহে দেখা যায়৷ এক সাক্ষাৎকাৰত সঞ্জয় লীলা ভাঞ্চালীক…

‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

NB NEWS- দেশত তৈয়াৰ হোৱা কৰ’না টিকা কভাক্সিনৰ দীৰ্ঘম্যাদি পাৰ্শ্বপ্ৰতিক্ৰিয়া সংক্ৰান্তীয় অভিযোগ খাৰিজ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ…

চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

লংকাৰ ৰজাৰ আছিল ১০ টা মূৰ৷ আপুনি,মই তেনে ভাগ্যৱান নহয়৷ আমাৰ এটাই মূৰ৷ এটা মূৰেৰেই আমি…

বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

NB NEWS- আৰু উপায় নাই৷ ডুবি যোৱা কোম্পানী বেছিবলৈ সাঁজু অনিল আম্বানী৷ ৪০,০০০ কোটি টকাতকৈ অধিক…

শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

NB NEWS- ২১ মে ২০২৪ৰ মঙলবাৰ পঞ্জিকা অনুসৰি জেঠ মাহৰ শুক্লা পক্ষৰ ত্ৰয়োদশী তিথি৷ চন্দ্ৰই কাইলৈ…

কিয় হাৰ্ড লেণ্ডিং কৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিক কঢ়িয়াই অনা হেলিকপ্টাৰে? ৰাইছিক মৃত্যুৱেই মাতি আনিছিল নেকি এই দুৰ্গম এলেকালৈ? এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পৰা নাযাব কিয়?

NB NEWS-  হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে৷ সোমবাৰে পুৱাই তেওঁৰ মৃত্যু খবৰ নিশ্চিত…

নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ

নিতৌ গ্ৰহন কৰক এগিলাচ এই জুচ, দূৰত ৰাখক হাজাৰটা ৰোগ স্বাস্থ্য ভালে ৰখাৰ বহু এনে উপায়…

মাহেকীয়া প্ৰদোষ ব্ৰত, ৮০০ বছৰৰ মূৰকত আহিছে বিশেষ যোগ

৮০০ বছৰৰ মূৰকত আহিছে বিশেষ যোগ, মাহেকীয়া প্ৰদোষ ব্ৰত আজি অৰ্থাৎ ২০ মে’ সোমবাৰে মাহেকীয়া প্ৰদোষ…

জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে…

জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে… আজি দেশত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহন। এই পঞ্চমটো পৰ্যায়তে আছে…

৪৯খন আসনত পঞ্চম পৰ্যায়ৰ ভোটদান আৰম্ভ; সবাতোকৈ ধনী প্ৰাৰ্থীৰ সম্পত্তি ২১২ কোটিতকৈও অধিক

৪৯খন আসনত পঞ্চম পৰ্যায়ৰ ভোটদান আৰম্ভ; সবাতোকৈ ধনী প্ৰাৰ্থীৰ সম্পত্তি ২১২ কোটিতকৈও অধিক ২০২৪ চনৰ পঞ্চম…

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিক কঢ়িয়াই নিয়া হেলিকপ্টাৰ পাহাৰত দুৰ্ঘটনাত পতিত, এতিয়া সম্ভাৱ্য উত্তৰাধিকাৰী কোন

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিক কঢ়িয়াই নিয়া হেলিকপ্টাৰ পাহাৰত দুৰ্ঘটনাত পতিত, এতিয়া সম্ভাৱ্য উত্তৰাধিকাৰী কোন ইৰানৰ ৰাষ্ট্ৰপতি…

দৈনিক ৰাশিফল- কি কয় আজিৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ…

দৈনিক ৰাশিফল- কি কয় আজিৰ ৰাশিচক্ৰই, জানিবলৈ পঢ়ক সবিশেষ… মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ…