কোন সমষ্টি কাৰ? সমষ্টি সলনিৰ বাবে প্ৰাৰ্থীও হ’ব সলনি! আজিয়েই জানি থওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সবিশেষ তথ্য

কোন সমষ্টি কাৰ? সমষ্টি সলনিৰ বাবে প্ৰাৰ্থীও হ’ব সলনি! আজিয়েই জানি থওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সবিশেষ তথ্য

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কংগ্ৰেছৰ ৩জনীয়া প্ৰাৰ্থী তালিকা অৱশেষত মুকলি কৰিছে কংগ্ৰেছ দলে। কোনে ক’ৰ পৰা নিৰ্বাচন খেলিব সেই সন্দৰ্ভত এখন তালিকা মুকলি কৰিছে কংগ্ৰেছ দলে। এতিয়াই জানি থওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা।
নগাঁও
১/ প্ৰদ্যুত বৰদলৈ
২/গৌৰৱ গগৈ
৩/ৰকিবুল হুছেইন

শিলচৰ
১/নৈঋতা জয়শুক্লা
২/সৌম্যকান্তি পুৰকায়স্থ
৩/

কৰিমগঞ্জ
১/ হাফিজ ৰশিদ চৌধুৰী
২/জুবেইৰ আনম
৩/অমিনুৰ ৰশিদ চৌধুৰী

বৰপেটা
১/ আব্দুল খালেক
২/দীপ বায়ন
৩/ববিতা শৰ্মা

গুৱাহাটী
১/ মীৰা বৰঠাকুৰ
২/ ৰমেন বৰঠাকুৰ
৩/ দ্বিজেন শৰ্মা

ধুবুৰী
১/ৱাজেদ আলি চৌধুৰী
২/আব্দুৰ ৰছিদ মণ্ডল
৩/আব্দুল হামিদ
৪/ৰকিবুল হুছেইন
৫/আব্দুল খালেক
৫/নুৰ শফিকুল

ডিব্ৰুগড়
১/ নীলনেত্র নেওগ
২/ ৰাজু চাহু
৩/ দুৰ্গা ভূমিজ
যোৰহাট
১/গৌৰৱ গগৈ
২/ কৃষ্ণা গগৈ
৩/
লখিমপুৰ
১/ৰাণী নৰহ
২/উদয় শংকৰ হাজৰিকা
৩/
শোণিতপুৰ
১/ বৰ্ণালী ফুকন
২/ আৰ পি শৰ্মা
৩/ প্ৰেমলাল গুঞ্জু

দৰং-ওদালগুৰি
১/মাধৱ ৰাজবংশী
২/ প্ৰাণজিত চৌধুৰী
৩/ বসন্ত দাস
৪/প্ৰবীণ বড়ো

ডিফু
১/ জয়ৰাম ইংলেঙ
২/ চুম’ ৰংহাং
৩/ক্লেঙদং ইংতি
কোকৰাঝাৰ
১/গর্জন মুছাহাৰী
২/প্ৰাণজিত বাসুমতাৰী
৩/
কাজিৰঙা
১/ৰজলিনা তিৰ্কী
২/ গোলাপ শইকীয়া

Tags:

Tags:

One thought on “কোন সমষ্টি কাৰ? সমষ্টি সলনিৰ বাবে প্ৰাৰ্থীও হ’ব সলনি! আজিয়েই জানি থওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সবিশেষ তথ্য

  1. গৌৰৱ গগৈ বোলে অসমৰ বিচক্ষণ নেতা । তিনিটাকৈ সমষ্টিলৈ ঠেং ডাঙি তিনিওটা সমষ্টিৰে কৰ্মকৰ্তাসকলক বেবেৰিবাঙত পেলাইছে । কাৰ হৈ সাংগঠনিক কাম কৰিব, কাৰ হৈ প্ৰচাৰ চলাব তেওঁলোকে ? বিচক্ষম নেতাই এনে আত্মঘাটি কাৰ্য কৰে নেকি ? ৰকিবল নামৰ গঁড়টোৱেও তাকেই কৰিছে । আচলতে এওঁলোক নিজৰ ৰাজনৈতিক জীৱনটোকলৈহে বিচক্ষণ, বাকী দল শলঠেকত পৰে, জাতি ৰসাতলে যায় সেইবোৰ চোৱাৰ আহৰি নাই । পুত্ৰস্নেহ এৰি হিমন্তক মুখ্যমন্ত্ৰী পাতিলে অসমত আজি কংগ্ৰেছৰ এনে গতি নহলেইহেঁতেন ।

Leave a Reply

Your email address will not be published. Required fields are marked *