চাইছেনে ভিডিঅ’ ! জুবিনৰ বিহু অনুষ্ঠানতে ভাঙি পৰিল সম্পূৰ্ণ পেণ্ডেল, কথমপি প্ৰাণ ৰক্ষা

চাইছেনে ভিডিঅ’ ! জুবিনৰ বিহু অনুষ্ঠানতে ভাঙি পৰিল সম্পূৰ্ণ পেণ্ডেল, কথমপি প্ৰাণ ৰক্ষা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

চাইছেনে ভিডিঅ’ ! জুবিনৰ বিহু অনুষ্ঠানতে ভাঙি পৰিল সম্পূৰ্ণ পেণ্ডেল, কথমপি প্ৰাণ ৰক্ষা

কালি নিশাৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ, প্ৰায় হাজাৰৰ ঘৰত লোক। হঠাতে অহা ধুমুহাত সম্পূৰ্ণৰূপে ভাঙি পৰে বিহু অনুষ্ঠানৰ পেণ্ডেল। নিশা গভীৰ হলেও বহু লোক আছিল পেণ্ডেলৰ তলত। কিয়নো অনুষ্ঠান চলি আছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ।

জুবিনৰ অনুষ্ঠান চাবলৈ অহা সেই হাজাৰৰ ঘৰত লোক কোনোমতে ৰক্ষা পৰে। নিশা ধাৰাপুৰত আছিল জুবিনৰ অনুষ্ঠান। সেই সময়ৰে ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভাইৰেল হৈ পৰা সেই ভিডিঅ’তে দেখা গৈছে কিদৰে পেণ্ডেল সম্পূৰ্ণ ভাঙি পৰে। লগতে দেখা গৈছে জুবিন প্ৰেমী অগনন দৰ্শক-শ্ৰোতা।

ইয়াত ক্লিক কৰি ভিডিঅ’ চাওঁক-

https://www.facebook.com/reel/439915485355622

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *