‘অসমীয়া হ’লেও কোচে পতা বিহুত নাথ কিয় যাব?’ বিহু চাবলৈ গৈ এঘৰীয়া হ’ল ২৫ ঘৰ অসমীয়া

‘অসমীয়া হ’লেও কোচে পতা বিহুত নাথ কিয় যাব?’ বিহু চাবলৈ গৈ এঘৰীয়া হ’ল ২৫ ঘৰ অসমীয়া

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ছিপাঝাৰৰ বামুণঝাৰত সংঘটিত হৈছে এক লজ্জানত ঘটনা।

অন্য সম্প্ৰদায়ে উদযাপন কৰা বিহু চাবলৈ যোৱাৰ আপৰাধত এঘৰীয়া কৰা হ’ল ২৫ ঘৰ লোকক৷

বিহুৱে সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমন্বয় সাধন কৰিছে, একতাৰ জৰিয়তে বৃহৎ অসমীয়া জাতিক এক কৰি ৰাখিছে বুলি  দাবী কৰা এইখন অসমতে দেখা গৈছে বিপৰীত ছবি৷

কোচ সম্প্ৰদায়ে উদযাপন কৰা বিহু চাবলৈ যোৱা বাবে এঘৰীয়া কৰা হ’ল নাথ সম্প্ৰদায়ৰ ২৫ঘৰ মানুহক৷

এঘৰীয়া কৰা পৰিয়াল কেইটাক শাস্তি হিচাপে দাবী কৰা হৈছে ১০ হাজাৰকৈ টকাও।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *