ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

ছালৰ সৌন্দৰ্যৰ বাবে ই ভিটামিন কিমান উপাকাৰী সেই বিষয়ে হয়তো কোৱাৰ প্ৰয়োজন নাই। আতীজৰে পৰা ছাল-চুলিৰ বাবে ই-ভিটামিনৰ ব্যৱহাৰ হৈ আহিছে।

বৰ্তমানৰ সময়ত কেৱল সেই ই-ভিটামিন পাবৰ বাবে বহু কষ্ট কৰিব নালাগে, তাক পোনেই কেপচুল আকাৰত পাব পাৰি। যাৰ ফলত ইয়াৰ ব্যৱহাৰো অতি সহজ হৈ পৰিছে।

পাছে এই ই-ভিটামিনৰ ব্যৱহাৰ কিদৰে কৰিব। কিদৰে ব্যৱহাৰ কৰিলে অতি সোনকালে তথা ভালকে ইয়াৰ ফল লাভ কৰিব পৰা যাব।

ই ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক সামান্য নাৰিকল তেল। এক চামুচ নাৰিকল তেলৰ সৈতে এটা কেপচুলৰ পৰা ই-ভিটামিন উলিয়াই তাক মিলাই মুখত সানক।

এই মিশ্ৰণৰ সৈতে এক বা দুই মিনিট চেহেৰা মালিছ কৰি তেনেদৰে ১০ৰ পৰা ১৫ মিনিট সময় এৰি দিয়ক। তাৰ পাছত ধুই দিয়ক। তেনেদৰে নিতৌ কৰিব পাৰে। নাইবা নিশা শুৱাৰ সময়তো এই মিশ্ৰণ সানি শুই থাকিব পাৰে। পুৱা উঠি লাভ কৰিব সুন্দৰ ছাল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *