সাৱধান! Whatsappত আহিছে নেকি অচিনাকি ফোনকল?

সাৱধান! Whatsappত আহিছে নেকি অচিনাকি ফোনকল?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, বিশেষ খবৰঃ
Whatsapp ত আহিছে নেকি ইণ্টাৰনেছনেল ফোনকল?
লাভ কৰিছে নেকি ইণ্টাৰনেচনেল মেছেজ?
+237, +84, +251, +62 আদি নম্বৰৰ পৰা কল আহিছে বিভিন্নজনলৈ
ভিয়েটনাম, কেমেৰুণ, ইথিওপিয়া, ইণ্ডোনেছিয়া আদি দেশৰ পৰা ফোনকল অহা দেখুওৱা হৈছে
Whatsappৰ তৰফৰ পৰা ব্যৱহাৰকাৰীলৈ কৰা হৈছে বিশেষ আহ্বান
ফোন আহিলেই এনে নম্বৰ ব্লক কৰক
Whatsappত ৰিপোৰ্ট কৰক এই নম্বৰত
একাংশ স্কেমাৰে ব্যৱহাৰ কৰিছে এই নতুন পদ্ধতি
চাকৰি দিয়াৰ নামত বিভিন্ন লোকলৈ কৰা হৈছে ফোনকল
দুষ্টচক্ৰৰ হাতত পৰিলে আপুনি হেৰুৱাব লগা হ’ব পাৰে সকলো ধন
এনে ফোনকল কেতিয়াও ৰিছিভ নকৰিব
কেতিয়াও কলবেক নকৰিব এই নম্বৰসমূহত

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *