আপুনি ওজন বৃদ্ধি হোৱাৰ বাবে সমস্যাত পৰিছে নেকি? ওজন বৃদ্ধিৰ বাবে হতাশাত ভুগিছে নেকি?

আপুনি ওজন বৃদ্ধি হোৱাৰ বাবে সমস্যাত পৰিছে নেকি? ওজন বৃদ্ধিৰ বাবে হতাশাত ভুগিছে নেকি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আপুনি ওজন বৃদ্ধি হোৱাৰ বাবে সমস্যাত পৰিছে নেকি?ওজন বৃদ্ধিৰ বাবে হতাশাত ভুগিছে নেকি?

তেনেহ’লে আৰু চিন্তাৰ কাৰণ নাই। বজাৰত সহজে উপলব্ধ হোৱা এবিধ পাচলিৰে আপুনি হ্ৰাস কৰিব পাৰিব ওজন। কেৱল ওজনে নহয় আন বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব আপুনি।

বজাৰত এতিয়া সহজে উপলব্ধ পানীলাও। বহুতেই হয়তো লাও খাই বেয়া পায়। কিন্তু লাওৰ গুণগুণ জানিলে আপুনি এতিয়াই বজাৰলৈ গৈ লাও কিনি আনিব। শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাই লাওৰ ৰস খালে। লাওৰ ৰস খালে শীতকালত ছাল সম্পৰ্কীয় বহুতো সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি। ই ছাল শুকান নকৰে। লাওৰ ৰস খালে ছাল উজ্জ্বল হয়। লাওৰ ৰস খালে ওজন হ্ৰাস হোৱাৰ উপৰি,  শৰীৰটো ডিটক্স কৰে।  লগতে, ইয়াত যথেষ্ট আঁহ থাকে যি ভোক হ্ৰাস কৰে। লাওৰ ৰস হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ভাল। একেৰাহে ৯০ দিন খালী পেটত লাউৰ ৰস খালে শৰীৰত কলেষ্টেৰলৰ স্তৰ হ্ৰাস হয়। এই পাচলিবোৰত দ্ৰৱণীয় আহাৰত উচ্চ পৰিমাণৰ আঁহ থাকে, যি আপোনাৰ ৰক্তচাপ সন্তুলিত কৰাত সহায় কৰে।লাওত উচ্চ স্তৰৰ কোলিন থাকে। ই হৈছে এক নিউৰোট্ৰেন্সমিটাৰ, যি মস্তিষ্কৰ কোষবোৰৰ স্বাস্থ্যকৰ কাৰ্যকলাপত সহায় কৰে। ই মানসিক ৰোগ পৰিহাৰ কৰাতো কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে। এই ৰস খালে হতাশাৰ পৰাও কিছু উপশম পোৱা যায়।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *