নিশা লেতেৰা বাচন ধুই থয় নে নথয়…সাৱধান! হ’ব পাৰে এই অপায়-অমংগল

নিশা লেতেৰা বাচন ধুই থয় নে নথয়…সাৱধান! হ’ব পাৰে এই অপায়-অমংগল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

নিশা লেতেৰা বাচন ধুই থয় নে নথয়…সাৱধান! হ’ব পাৰে এই অপায়-অমংগল

বাস্তু শাস্ত্ৰ আজিৰ দিনত প্ৰায় বহু লোকেই অনুধাৱন কৰা দেখা যায়। নিজৰ ঘৰ হওক কিম্বা কাৰ্যালয় বাস্তু শাস্ত্ৰ মতে সজাই পৰাই লোৱা দেখা পোৱা যায়। তেহে ধনৰ দেৱী মা লক্ষ্মীৰ আগমণ হয় বুলি বিশ্বাস কৰে বহু লোকে।

তেনেই বিভিন্ন কথা-কাৰ্যৰ ভিতৰত এটা হৈছে নিশাৰ লেতেৰা বাচন। নিশা ভাত বা কিবা খাই উঠি সেই লেতেৰা বাচন ধোৱা নোধোৱা কাৰ্য।

কিছু লোকে নিশা খাই উঠি লগে লগেই সেই লেতেৰা বাচন ধুই থৈ দিয়ে। আনহাতে কিছু লোকে সেই বাচন থৈ দি পুৱা হে ধোৱে। পাছে বাস্তু শাস্ত্ৰৰ মতে এই দুয়োবিধৰ কি কৰিলে ভাল বা মা লক্ষ্মী প্ৰশন্ন হয়।

শাস্ত্ৰত কোৱা হয় যে, নিশাৰ লেতেৰা বাচন নিশায়ে ধুই থৈ দিব লাগে। তেহে দেৱী লক্ষ্মী প্ৰসন্ন হয় সেই ঘৰখনৰ প্ৰতি। নহলে ঘৰ খনলৈ দৰিদ্ৰতাৰ আগমণ হয়। নিশাৰ লেতেৰা বাছনে ঘৰখনলৈ দুৰ্ভাগ্য লৈ আহে বুলি বাস্তুত কোৱা হয়।

কেৱল সেয়াই নহয়, ঘৰখনত থকা সদস্য সকলৰ ওপৰতো ই নকৰাত্মক প্ৰভাৱ আনে। ৰাহু-কেতুৰো অশুভ প্ৰভাৱ পৰে বুলি কোৱা হয়।

সেয়ে বাস্তুত কোৱা আছে, যদি কোনো কাৰণত নিশা বাচন ধোৱা নহয় বা নোৱাৰে তেন্তে কমেও সেই বাচন সমূহত পানী ঢালি থব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *