পুৰণি ফটো VIRAL- কেনেকৈ সনমৰ হৃদয় কজ্বা কৰিলে নগা সুন্দৰীয়ে…

পুৰণি ফটো VIRAL- কেনেকৈ সনমৰ হৃদয় কজ্বা কৰিলে নগা সুন্দৰীয়ে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ কন্ঠ আৰু ৰূপেৰে হাজাৰ হাজাৰ যুৱতীৰ মন কাঢ়ি নিয়া ইউটিউবাৰ তথা কন্ঠশিল্পী সনম পুৰী শেহতীয়াকৈ বিবাহ পাশত আৱদ্ধ হ’ল। নগা সুন্দৰী zuchobeni tungoeৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতে এতিয়া সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে সনমক।

Sanam Puri Biography, Wiki, Age, Date of Birth, Career, Girlfriend

৩১বছৰীয়া পাঞ্জাৱৰ নিৱাসী সনম পুৰী বিভিন্ন গীতৰ লগতে পুৰণি বহু গীতক নতুনকৈ উপস্থাপন কৰি অতি জনপ্ৰিয় হৈ পৰিছিল। পাঞ্জাৱৰ ৰীতি-নীতিৰে দুয়োৰে মাজত সম্পন্ন হয় বিবাহ।

Zuchobeni Tungoe Wedding: Zuchobeni Tungoe To Marry Sanam Puri Tomorrow.  Here's ALL You Need To Know | Hindi News, Times Now

সনম পুৰীতকৈ প্ৰায় ৬বছৰ সৰু নাগালেণ্ডৰ zuchobeni tungoe। বহুদিনৰে পৰা প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতে দুয়ো সিদ্ধান্ত লৈছিল বিয়াত বহাৰ। ঠিক তেনেকৈয়ে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত বিয়াখন সুকলমে হৈ যায়।

Meet Nagaland's Zuchobeni Tungoe who got engaged to popular singer Sanam  Puri - Meet Nagaland's Zuchobeni Tungoe who got engaged to popular singer Sanam  Puri -

নাগালেণ্ডৰ কহিমাৰ নিৱাসী zuchobeni tungoe। এটা বেণ্ডৰ সৈতে জড়িত হৈ থকাৰ লগতে সনমৰ লগতো কেইবাটাও গীত পৰিৱেশন কৰিছে zuchobeni tungoeএ।

Sanam Puri Gets Married To Zuchobeni Tungoe In A White Wedding |सिंगर Sanam  Puri ने की व्हाइट वेडिंग

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *