আৰক্ষী চকীৰ ভিতৰতে সংঘটিত হৈছিল এই ঘটনা, যাৰ বাবে ৰিজাৰ্ভ ক্ল’জৰ সন্মুখিন আৰক্ষী বিষয়া

আৰক্ষী চকীৰ ভিতৰতে সংঘটিত হৈছিল এই ঘটনা, যাৰ বাবে ৰিজাৰ্ভ ক্ল’জৰ সন্মুখিন আৰক্ষী বিষয়া

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আৰক্ষী চকীৰ ভিতৰতে সংঘটিত হৈছিল এই ঘটনা, যাৰ বাবে ৰিজাৰ্ভ ক্ল’জৰ সন্মুখিন আৰক্ষী বিষয়া

বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ এগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ। আৰক্ষী থানা খনৰ ভিতৰতে সংঘটিত হৈছিল এক ঘটনা। যাৰ বাবেই ৰিজাৰ্ভ ক্ল’জৰ সন্মুখিন হয় এগৰাকী মহিলা আৰক্ষী বিষয়া।

থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাক ৰিজাৰ্ভ ক্ল’জ। তাৰোপৰি আন দুগৰাকী আৰক্ষী বিষয়াক নিলম্বন আৰু কৰ্তব্যৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, মন্দিয়া থানাৰ ভিতৰতে চুৰিকাৰ্যত অভিযুক্ত এগৰাকী লোকে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল। যি ঘটনাৰ পাছতে এইদৰে থানা খনৰ কৰ্তব্যৰত ৩গৰাকীকৈ আৰক্ষীক এইদৰে শাস্তিমুলক ব্যৱস্থা আৰক্ষী অধীক্ষকৰ।

চুৰিৰ গোচৰত অভিযুক্ত লুটফৰ ৰহমান নামৰ যুৱক এজনে মঙলবাৰে আৰক্ষী চকীৰ ভিতৰতে চৰম সিদ্ধান্ত লৈছিল ৷ মঙলবাৰে মন্দিয়াৰ সত্ৰকনৰাত গ্ৰাহক সেৱা কেন্দ্ৰ এটাত ধন চুৰিৰ অভিযোগত আটক হৈছিল লুটফৰ ৰহমান ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *