দুঃখবৰ, ভোটকেন্দ্ৰতেই মৃত্যুক সাবটিলে ৰাইজৰ দলৰ কৰ্মীয়ে

দুঃখবৰ, ভোটকেন্দ্ৰতেই মৃত্যুক সাবটিলে ৰাইজৰ দলৰ কৰ্মীয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভোটদান চলি থাকোতেই ভোট কেন্দ্ৰত অঘটন।
নিৰ্বাচনী কাৰ্যালয়ত মৃত্যু ৰাইজৰ দলৰ কৰ্মীৰ।
নিৰ্বাচনী ব্যস্ততাৰ মাজতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ৰাইজৰ দলৰ কৰ্মী সংগীতা গগৈৰ।
বামুনমুখ পঞ্চায়তৰ ১০ নং ৱাৰ্ডত এই শোকাৱহ ঘটনা।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে শিৱসাগৰত এই ঘটনা।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *