এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অসম লাইভ২৪ঃবহু প্ৰতিক্ষীত ৰবি শৰ্মাৰ ছবি ‘ৰঘুপতি’ৰ মুক্তিক লৈ চৰ্চা লৈ থকাৰ মাজতে এটা ডাঙৰ খৱৰ। আজি ছবিগৃহত মুক্তি লাভ নকৰে ৰবি শৰ্মাৰ ছবি ৰঘুপতিয়ে। আজি হোৱা এক শুনানিত প্ৰদান কৰা ৰায়দানত ৰবিশৰ্মাৰ ছবিৰ মুক্তিত বাধা প্ৰদান কৰে আদালতে। যাৰ ফলস্বৰূপে আজি মুক্তি লাভ নকৰে ৰঘুপতিয়ে।

মুক্তিত কিয় বাধা আহিল বহুপ্ৰতিক্ষীত ‘ৰঘুপতি’ৰ

ৰবি শৰ্মা অভিনীত নতুন অসমীয়া চলচ্চিত্ৰ ‘শ্ৰী ৰঘুপতি’। মুক্তিৰ পূৰ্বে বৰ্তমানৰ চলচ্চিত্ৰখনৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘাৰ এক অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত তৰিছিল গোচৰ। আৰু শুক্ৰবাৰে হোৱা গোচৰৰ শুনানিৰ অন্তত মুক্তি পাবলগীয়া চলচ্চিত্ৰখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *