প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশঃ নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ আৰ্থিক সাহায্য…

প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশঃ নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ আৰ্থিক সাহায্য…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn
  • গোলাঘাটৰ অভিশপ্ত দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ বিশেষ টুইট।
  • সমগ্ৰ ঘটনাক দুভাগ্যজনক আৰু শোকাৱহ আখ্যা প্ৰধানমন্ত্ৰীৰ।
  • মৃতকৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে দুই লাখ টকাকৈ আৰ্থিক সাহায্য।
  • প্ৰধানমন্ত্ৰী বিশেষ পুঁজিৰ পৰা এই আৰ্থিক সাহায্য।
  • আহতসকললৈ ৫০হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ।
  • উক্ত ঘটনাক লৈ স্থানীয় প্ৰশাসনক সকলো সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *