কেতিয়া মুক্তি লাভ কৰিব ‘পুষ্পা-২’য়ে? অৱশেষত জনাই দিলে আল্লু অৰ্জুনে

কেতিয়া মুক্তি লাভ কৰিব ‘পুষ্পা-২’য়ে? অৱশেষত জনাই দিলে আল্লু অৰ্জুনে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অৱশেষত অপেক্ষাৰ অৱসান। সেই বিষয়টো জনাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল পুষ্পা প্ৰেমীয়ে। অৱশেষত সেই খবৰ নিজেই জনালে অভিনেতা আল্লু অৰ্জুনে। পুষ্পা-২ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে টীমে। পুষ্পা ছবিত টীমৰ পক্ষৰ পৰা জনোৱা অনুসৰি, চলিত বছৰৰ ১৫ আগষ্টত মুক্তি পাব আল্লু অৰ্জুন অভিনীত পুষ্পা-২য়ে।

https://x.com/MythriOfficial/status/1751842149338132892?s=20

পুষ্পা! পুষ্পা ৰাজ ঝুকেগা নেহি! পুষ্পাৰ এই সংলাপ ভাৰতৰ প্ৰায় প্ৰতিগৰাকী চিনেমাপ্ৰেমীৰ মুখে মুখে চৰ্চা হৈছিল। পুষ্পাৰ প্ৰথম খণ্ড চোৱাৰ পাছতেই সকলোৰে অপেক্ষা এতিয়া পুষ্পা২লৈ। ইণ্ডাষ্ট্ৰীৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি পুষ্পা ছবিৰ দ্বিতীয় খণ্ড পূৰ্বতকৈয়ো ভাল হৈছে। দৰ্শকক দ্বিতীয় খণ্ডইয়ো যে চমক দিব তাত কোনো সন্দেহেই নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *