ভাইৰেল ভিডিঅ’, ৰোগীয়ে কিবা এটা কোৱাৰ লগে লগে লাগি গ’ল হাহাকাৰ, চিকিৎসকে কৰিলে এই কাম

ভাইৰেল ভিডিঅ’, ৰোগীয়ে কিবা এটা কোৱাৰ লগে লগে লাগি গ’ল হাহাকাৰ, চিকিৎসকে কৰিলে এই কাম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

 

ভাইৰেল ভিডিঅ’, ৰোগীয়ে কিবা এটা কোৱাৰ লগে লগে লাগি গ’ল হাহাকাৰ, চিকিৎসকে কৰিলে এই কাম

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক ভিডিঅ’। ভিডিঅ’ দেখা অনুসৰি এগৰাকী চিকিৎসকে উধাই মুধাই কোব ধৰিছে ৰোগীক। ৰোগীয়ে কিবা এটা কোৱাৰ লগে লগে কোব দিবলৈ আৰম্ভ কৰে  চিকিৎসকগৰাকীয়ে।

জিলা হাস্পতালৰ এগাৰকী চিকিৎসকৰ কাণ্ড এয়া। বেমাৰ দেখুৱাবলৈ অহা ৰোগীগৰাকীয়ে চিকিৎসকগৰাকীক প্ৰেছকিপছনখনত বাহিৰৰ ঔষধ লিখিবলৈ মানা কৰিছিল। আৰ্থিক সমস্যাৰ বাবেই বাহিৰৰ দামী দামী ঔষধৰ নাম লিখিবলৈ মানা কৰিছিল।

সেয়াই যেন আছিল ৰোগীৰ দোষ, কথা শুনিয়ে চিকিৎসকগৰাকীয়ে ৰোগীগৰাকীয়ে পিন্ধি থকা চোলাটোৰ কলাৰত ধৰি বগৰাই দি কোব দিবলৈ ধৰে লগতে টানি চোচৰাই নি হাস্পতালৰ পৰা বাহিৰ কৰি দিয়ে।

এই ঘটনা উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ। যি ঘটনাৰ পাছতে সেই সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। আনহাতে ৰোগীগৰাকীয়েও চিকিৎসকগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ তৰিছে। চকুত বেয়াকৈ আঘাত পাইছে ৰোগীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *