অত্যাধিক আৱেগপ্ৰৱণ, আশাবাদী! সংগী হিচাপে কেনে হয় কৰ্কট ৰাশিৰ জাতক?

অত্যাধিক আৱেগপ্ৰৱণ, আশাবাদী! সংগী হিচাপে কেনে হয় কৰ্কট ৰাশিৰ জাতক?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভেলেণ্টাইন ডে’ পালিত হ’ব আগন্তুক ১৪ ফেব্ৰুৱাৰীত। সমগ্ৰ ফেব্ৰুৱাৰী মাহ ধৰি ভালপোৱাৰ উৎসৱ বিশ্ববাসীয়ে পালন কৰে। সংগীক চিনি পোৱাৰ বাবে এই সময় উৎকৃষ্ট সময়। আপোনাৰ মনৰ মানুহ যদি কৰ্কট ৰাশিৰ জাতক হয় তেন্তে তেওঁৰ চৰিত্ৰ কেনে জানি থওক পূৰ্বেই।

আৱেগপ্ৰৱণ
কৰ্কট ৰাশিৰ জাতকৰ চৰিত্ৰৰ সকলোতকৈ উল্লেখযোগ্য দিশ হৈছে তেওঁলোক আৱেগপ্ৰৱণ। যেনে ইমশ্বন্যেল, ছেনচিটিভ। সেয়ে যিকোনো কাৰণতেই তেওঁলোকে অতি বেছি চিন্তাভাৱনা কৰে। সৰু সমস্যাকেই বেছিকৈ চিন্তা কৰে কৰ্কট ৰাশিৰ জাতকে। তেওঁলোকে অকলেই সময় কটায় ভালপায়।

সংগীৰ পৰা আশাবাদী
সংগীৰ পৰা অলপ বেছিয়েই আশা কৰে কৰ্কট ৰাশিৰ জাতকে। কৰ্কট ৰাশিৰ সংগীয়ে মন প্ৰাণ ঢালি ভালপোৱাৰ উপৰিও সংগীৰ পৰাও তেনে প্ৰেমেই আশা কৰে। সেই ভালপোৱা নাপালেই তেওঁলোকে অভিমান কৰে। কৰ্কট ৰাশিৰ জাতকে সংগীৰ পছন্দ অপছন্দক বহু পৰিমানে গুৰুত্বও দিয়ে। সংগীৰ সৈতে কোৱালিটি টাইম কটাই ভালপায় এই ৰাশিৰ জাতকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *