ইমান ছুটি! ২০২৪ৰ বন্ধৰ লিষ্ট প্ৰকাশ কৰিলে কেন্দ্ৰই, বছৰটো শেষ কৰাৰ পূৰ্বেই কৰক ফুৰাৰ প্লেনিং

ইমান ছুটি! ২০২৪ৰ বন্ধৰ লিষ্ট প্ৰকাশ কৰিলে কেন্দ্ৰই, বছৰটো শেষ কৰাৰ পূৰ্বেই কৰক ফুৰাৰ প্লেনিং

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ  বছৰটো শেষ হ’বলৈ বেছি দিন নাই৷ ২০২৩ক বিদায় জনাই ২০২৪ক স্বাগত জনাবলৈ সাজু সকলো৷ ঘৰে ঘৰে বছৰটোক বিদায় দি নতুনক আদৰাৰ প্লেনিং চলিছে৷ কোনোৱে যদি নতুন বছৰত অন্য কোনো স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে চাকৰিয়ালসকলৰ বাবে এই তালিকা জানি থোৱাটো খুবেই প্ৰয়োজন৷ ২০২৪ত গেজেটেড ছুটিৰ তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এই তালিকাত কেন্দ্ৰই ১৭টা ছুটি বাধ্যতামূলক হিচাপে ৰাখিছে৷ কেন্দ্ৰৰ তৰফৰ পৰা ১৭টা বাধ্যতামূলক ছুটি আৰু ৩১টা ঐচ্ছিক ছুটিৰ কথা ঘোষণা কৰিছে৷ ঐচ্ছিক ছুটিসমূহ ৰাজ্য আৰু প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰে৷

মুঠ বাধ্যতামূলক ছুটি কি কি?
২৬ জানুৱাৰী শুক্ৰবাৰে গণতন্ত্ৰ দিৱস
২৫ মাৰ্চত হোলী
২৯ মাৰ্চ শুকুৰবাৰে গুড ফ্ৰাই ডে
১১ এপ্ৰিল বৃহস্পতিবাৰে ঈদ উল ফিতৰ
১৭ এপ্ৰিল বুধবাৰে ৰাম নৱমী
২১ এপ্ৰিল দেওবাৰে মহাবীৰ জয়ন্তী
২৩ মে বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমা
১৭ জুন সোমবাৰে ঈদ উল জুলহা(বকৰি ঈদ)
১৭ জুলাই বুধবাৰে মহৰম
১৫ আগষ্ট বৃহস্পতিবাৰে স্বাধীনতা দিৱস
২৬ আগষ্ট সোমবাৰে জন্মাষ্টমী
১৬ ছেপ্টেম্বৰ সোমবাৰে মিলাদ উন নবী
২ অক্টোবৰ বুধবাৰে গান্ধী জয়ন্তী
১২ অক্টোবৰ শনিবাৰে দশেৰা
৩১ অক্টোবৰ বৃহস্পতিবাৰে দীপাৱলী
১৫ নৱেম্বৰ শুকুৰবাৰে গুৰু নানকৰ জয়ন্তী
২৫ ডিচেম্বৰ বুধবাৰে বৰদিন

বিকল্প ছুটি বা ঐচ্ছিক ছুটিৰ তালিকা
১ জানুৱাৰী সোমবাৰ
১৩ জানুৱাৰী শনিবাৰে লহৰী
১৪ জানুৱাৰী দেওবাৰে মকৰ সংক্ৰান্তি
১৫ জানুৱাৰী সোমবাৰে মাঘ বিহু
১৭ জানুৱাৰী বুধবাৰে গুৰু গোবিন্দ সিং জয়ন্তী
২৬ জানুৱাৰী বৃহস্পতিবাৰে হজৰত আলীৰ জন্মদিন
১৪ ফেব্ৰুৱাৰী বুধবাৰে বসন্ত পঞ্চমী
১৯ ফেব্ৰুৱাৰী সোমবাৰে শিৱাজী জয়ন্তী
২৪ ফেব্ৰুৱাৰী শনিবাৰে গুৰু ৰবিদাস জয়ন্তী
৬মাৰ্চ বুধবাৰে স্বামী দয়ানন্দ সৰস্বতী
৮মাৰ্চ শুকুৰবাৰে মহা শিৱৰাত্ৰী
২৪ মাৰ্চ দেওবাৰে হোলী
২৫ মাৰ্চ সোমবাৰে দৌলযাত্ৰা
৩১ মাৰ্চ দেওবাৰে ইষ্টাৰ
৫ এপ্ৰিল শুকুৰবাৰে জামাত উল বিদা
৯এপ্ৰিল মঙলবাৰে গুড়ি পাদোওৱা, উগাদি বা চ’ত শুক্লাদি
১৩এপ্ৰিল শনিবাৰে বহাগ বিহু
১৪ এপ্ৰিল দেওবাৰে বহাগ বিহুৰ লগতে তামিল নৱবৰ্ষৰ দিন
৮মে বুধবাৰে ৰবীন্দ্ৰ জয়ন্তী
৭ জুলাই দেওবাৰে ৰথযাত্ৰা
১৫ আগষ্ট বৃহস্পতিবাৰে স্বাধীনতা দিৱস
১৯ আগষ্ট সোমবাৰে ৰাখী পূৰ্ণিমা
৭ ছেপ্টেম্বৰ শনিবাৰে গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী
১৫ ছেপ্টেম্বৰ দেওবাৰে ওনাম
১০ অক্টোবৰ বৃহস্পতিবাৰে দশেৰা সপ্তমী পূজা
১১ অক্টোবৰ শুকুৰবাৰে মহা অষ্টমী
১৭ অক্টোবৰ বৃহস্পতিবাৰে মহৰ্ষি বাল্মীকি জয়ন্তী
২০ অক্টোবৰ দেওবাৰে কৰভা চৌথ
৩১ অক্টোবৰ বৃহস্পতি নৰক চতুৰ্দশী
২ নৱেম্বৰ শনিবাৰে গোবৰ্ধন পূজা
৩ নৱেম্বৰ দেওবাৰে ভাইফোঁটা
৭নৱেম্বৰ বৃহস্পতিবাৰে ছট পূজা
২৪ নৱেম্বৰ দেওবাৰে শ্বহীদ গুৰু তেজ বাহাদুৰৰ দিন

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *