মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

মা মানেই শান্তিৰ আশ্ৰয়! মাতৃ দিৱসত কেনেকৈ শুভেচ্ছা জনাব মাতৃক, জানি থওক কেইটামান শুভেচ্ছা বাৰ্তা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মাতৃৰ উপস্থিতিয়ে এটা পৰিয়ালক সমৃদ্ধ কৰে৷ এটা শিশুয়ে যেতিয়াই পৃথিৱীৰ পোহৰ দেখে তেতিয়াই শিশুটিয়ে দেখা প্ৰথম মুখখনেই মা৷ মুখত যেতিয়া শব্দ ফুটি উঠে তেতিয়া মতা প্ৰথম শব্দই মা৷ ১২ তাৰিখৰ দিনটো সেয়ে মাতৃৰ নামত উৎসৰ্গিত৷

মাতৃ দিৱসৰ শুভেচ্ছা

  1. তোমাক মাতৃ হিচাপে লাভ কৰি মই ভাগ্যৱান৷ তোমাৰ সুস্বাস্থ্য কামনা কৰিছো৷ আগন্তুক সময় তোমাৰ সুখময় হওক৷
  2. তুমি কিমান যত্নশীল আৰু স্নেহময়ী সেয়া ক’বৰ বাবে এয়াই শ্ৰেষ্ঠ সময়৷ শুভ মাতৃ দিৱস মা৷
  3. তোমাৰ আঁচল, তোমাৰ কোলাই স্বৰ্গ৷ পৃথিৱীৰ শ্ৰেষ্ঠ অনুভূতি তুমি৷ মাতৃ দিৱসৰ শুভেচ্ছা তোমালৈ৷
  4. মা তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ অনুপ্ৰেৰণা৷ ঈশ্বৰৰ ওচৰত তোমাৰ দীৰ্ঘায়ু কামনা কৰিছো৷
  5.  তোমাৰ সমান কোনো হ’ব নোৱাৰে৷ মাদাৰ্ছ ডেৰ অফুৰন্ত শুভকামনা৷
  6. পৰিয়াল কিমান গুৰুত্বপূৰ্ণ তোমাৰ পৰাই শিকিব পাৰি৷ মাতৃ দিৱসৰ শুভেচ্ছা৷
  7. মাতৃত্ব হৈছে ভালপোৱা, ত্যাগ আৰু শক্তিৰ বিশুদ্ধতম ৰূপ৷
  8. নীৰৱে তুমি আমাক সাহস জোগাই থকাৰ বাবে তোমাক ধন্যবাদ৷
  9. পৰিস্থিতি আৰু যুগ সলনিয়ে তোমাৰ প্ৰতি মোৰ ভালপোৱা সলনি নকৰে৷ শুভ মাতৃ দিৱস৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *