২ঘণ্টাৰ বাবে GS ROAD হ’বONE WAY, ৪ঘণ্টা সম্পূৰ্ণৰূপে বন্ধ থাকিব যান-বাহন চলাচল

২ঘণ্টাৰ বাবে GS ROAD হ’বONE WAY, ৪ঘণ্টা সম্পূৰ্ণৰূপে বন্ধ থাকিব যান-বাহন চলাচল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰথমবাৰৰ বাবে কাইলৈ বন্ধ হ’ব সদাব্যস্ত GS ROAD, কাইলৈ বন্ধ হৈ পৰিব GS ROAD, বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬বজালৈকে ONE WAY কৰা হ’ব GS ROADক।

সন্ধিয়া ৬ বজাৰ পৰা সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব GS ROAD।  ABCৰ পৰা জনতা ভৱনলৈ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ ৰখা হ’ব।
প্ৰথমে এটা দিশেৰেই যাতায়াত কৰিব লাগিব দুয়োটা দিশৰ বাহনে।  পাছত দুয়োটো দিশেৰে বন্ধ হ’ব যাতায়াত।

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে মহানগৰ আৰক্ষীৰ পথ নিৰ্দেশনা।  GS ROAD, B BAROOAH ROAD, GNB ROADত বন্ধ থাকিব ব্যৱসায়িক বাহনৰ চলাচল। ৰাষ্ট্ৰীয় ঘাইপথ, DG ROAD, MG ROADতো চলাচল কৰিব নোৱাৰিব ব্যৱসায়িক বাহন।  GS ROAD, B BAROOAH ROAD, GNB ROADত ৭ ঘণ্টাৰ বাবে বন্ধ থাকিব ঠেলা, ৰিক্সাৰ চলাচল।  বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ প্ৰযোজ্য হ’ব এই নিৰ্দেশ

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *