বিবাহ বিচ্ছেদ হ’বলৈ গৈ আছে দীপবীৰৰ! এফালে দীপিকা গৰ্ভৱতী আনফালে ৰনবীৰে কৰিলে এই কাম

বিবাহ বিচ্ছেদ হ’বলৈ গৈ আছে দীপবীৰৰ! এফালে দীপিকা গৰ্ভৱতী আনফালে ৰনবীৰে কৰিলে এই কাম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

বিবাহ বিচ্ছেদ হ’বলৈ গৈ আছে দীপবীৰৰ! এফালে দীপিকা গৰ্ভৱতী আনফালে ৰনবীৰে কৰিলে এই কাম

বলীউডত আৰম্ভ হৈছে এক বিশেষ গুনগুননি। বলীউডৰ এক দম্পতী বিচ্ছেদ হোৱাৰ দিশে বুলি অহা এক খবৰ এতিয়া প্ৰায় সকলোৰে মুখে মুখে। ৰনবীৰ-দীপিকাৰ কথা এতিয়া চাৰিওফালে। ৰনবীৰে কৰা এক কামৰ পাছতে এই গুনগুননি আৰম্ভ হৈছে ।

বলীউডৰ শক্তিশালী দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনে ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা তেওঁলোকৰ বিয়াৰ ছবি আঁতৰোৱাৰ পিছত অনুৰাগীসকলক চিন্তিত কৰি তুলিছিল। অভিনেতাজনে ২০১৩ চনৰ পূৰ্বে শ্বেয়াৰ কৰা সকলো পোষ্ট আৰ্কাইভ কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ ভিতৰত তেওঁৰ আৰু দীপিকাৰ বিয়াৰ ছবিও আছে। ছ’চিয়েল মিডিয়াৰ এই পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছি। কিনয়ো আনহাতে দীপিকা গৰ্ভৱতী, তেওঁলোকে তেওঁলোকৰ প্ৰথমটো সন্তানক আদৰাৰ প্ৰস্তুতি কৰিছে।

এই ক্ষেত্ৰত এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা মতে, ভিতৰুৱা সকলো ভালে আছে দম্পতীহালৰ। প্ৰসৱকালীন ছুটীত আছে বৰ্তমানে। সন্তানক আদৰাৰ বাবে স্বামী-স্ত্ৰী দুয়ো ছুটীত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *