মুখ্যমন্ত্ৰীৰ ঘোষণাঃ ৰঞ্জন গগৈলৈ ‘অসম বৈভৱ’ বটাঁ…

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ ৰঞ্জন গগৈলৈ ‘অসম বৈভৱ’ বটাঁ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn
  • ২০২৪বৰ্ষৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বটাঁ ৰঞ্জন গগৈলৈ আগবঢ়োৱা হৈছে।
  • দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈলৈ এই বটাঁ আগবঢ়োৱাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।
  • এই বটাঁত আছে ৫লাখ টকা, মানপত্ৰৰ লগতে অন্য কেইবাটাও সা-সুবিধা।
  • আনহাতে অসম সৌৰভ বটাঁ ৪গৰাকী আৰু অসম গৌৰৱ বটাঁ ১৭গৰাকীলৈ আগবঢ়োৱা হৈছে।
  • শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হব এই বটাঁসমূহ।
  • অনুষ্ঠানত উপস্থিত থাকিব দেশৰ উপ ৰাষ্ট্ৰপতি।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *