চৰকাৰী ধনেৰে ACৰ বতাহ খোৱাৰ দিন উকলিল! মন্ত্ৰীৰ ঘৰে ঘৰে অচিৰেই লাগিব প্ৰিপেইড মিটাৰ

চৰকাৰী ধনেৰে ACৰ বতাহ খোৱাৰ দিন উকলিল! মন্ত্ৰীৰ ঘৰে ঘৰে অচিৰেই লাগিব প্ৰিপেইড মিটাৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
চৰকাৰী ধনেৰে বিলাসী ঘৰ পোহৰাব নোৱাৰিব কোনো মন্ত্ৰীয়ে
বিনামূলীয়া বিদ্যুৎ এতিয়াৰে পৰা লাভ নকৰিব কোনো মন্ত্ৰীয়ে
কেৱল মন্ত্ৰীয়েই নহয়, বিষয়া, চৰকাৰী কৰ্মচাৰীয়েও নাপাব ফ্ৰী বিদ্যুৎ
৩মাহৰ ভিতৰত মন্ত্ৰী আৱাসৰ প্ৰতিটো আৱাসত লগাব লাগিব প্ৰিপেইড মিটাৰ
মন্ত্ৰী নতুবা চৰকাৰী বিষয়া কৰ্মচাৰী ৰাজসাহায্যপ্ৰাপ্ত ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰিব
৩মাহৰ ভিতৰত চৰকাৰী বিষয়া কৰ্মচাৰীৰ আৱাসতো লাগিব প্ৰিপেইড মিটাৰ
বহু মন্ত্ৰী বিষয়াই দৰমহাৰ পৰা নামমাত্ৰহে বিদ্যুৎ বিল পৰিশোধ কৰি আহিছে
মুখ্যমন্ত্ৰীক এই কথা অৱগত কৰে বিদ্যুৎ বিভাগে
বিদ্যুৎ বিভাগৰ সৈতে বাৰ্তালাপৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিশেষ টুইট

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *