শিশু বিমান যাত্ৰীক লৈ বিশেষ নিৰ্দেশনা! এতিয়াৰে পৰা পিতৃ-মাতৃৰ সৈতে একেলগে আসন দিব লাগিব শিশুকো

শিশু বিমান যাত্ৰীক লৈ বিশেষ নিৰ্দেশনা! এতিয়াৰে পৰা পিতৃ-মাতৃৰ সৈতে একেলগে আসন দিব লাগিব শিশুকো

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাসমূহক দিছে বিশেষ নিৰ্দেশনা।

১২ বছৰ বয়সলৈকে শিশুসকলক অভিভাৱকৰ সৈতে একেলগে আসন আবণ্টন দিবলৈ বিশেষ নির্দেশনা।

একেটা পি এন আৰত যাত্ৰা কৰা শিশুসকলে এতিয়াৰে পৰা পিতৃ-মাতৃ অথবা অভিভাৱকৰ সৈতে একেলগে বহিব পাৰিব।

১২ বছৰৰ তলৰ শিশুক অভিভাৱকৰ সৈতে একেলগে আসনত বহিবলৈ নিদিয়াৰ কথা পোহৰলৈ অহাৰ পাছতে এই সিদ্ধান্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *