চৰকাৰী নিয়ন্ত্ৰণ বঢ়াবলৈকে ডিজিটেল মুদ্ৰাৰ আৰম্ভনি হ’ব দেশত! কেনেকৈ কাম কৰিব ডিজিটেল মুদ্ৰাই, কিমান নিৰাপদ ডিজিটেল মুদ্ৰা?

NB NEWS: নোট আৰু খুচুৰা পইচাৰ বিকল্প হিচাপে ডিজিটেল টকা বা ই-ৰুপি প্ৰচলনৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ…

‘বিছলেৰী’ জনপ্ৰিয় ব্ৰেণ্ড বিক্ৰীৰ সিদ্ধান্ত ৰমেশ চৌহানৰ! ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়ৰ উত্তৰাধিকাৰী হ’বলৈ অনিচ্ছুক কিয় চৌহানৰ কন্যা জয়ন্তী?

NB NEWS: প্ৰায় ৭ হাজাৰ কোটিটকীয়া ব্যৱসায়। কিন্তু দায়িত্ব ল’বলৈ কোনো নাই। দায়িত্ব ল’বলৈ উত্তৰাধিকাৰী নথকাৰ…

সংখ্যালঘুক অপমান! মুছলমান ছাত্ৰক TERRORIST আখ্যা শিক্ষকৰ

NB NEWS: এই সময়ছোৱাত সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰচুৰভাৱে ভাইৰেল হৈ আছে। টুইটাৰৰ ট্ৰেণ্ডিঙত থকা এই…

১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! নিয়ম আৰু দামৰ কি কি সালসলনি হ’ব? সবিশেষ…

NB NEWS: ডিচেম্বৰ মাহ আৰম্ভ হ’বলৈ মাজত মাত্ৰ ৩ টা দিন। চাওঁতে চাওঁতে ২০২২ বৰ্ষটো শেষ…

৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল

NB NEWS: এটা ইনিংছত ১৬ টা ছিক্স। এক অভাৰত ৭ টা ছিক্স। ক্ৰিকেটত অভুতপূৰ্ব নজিৰ গঢ়িলে…

হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?

NBNEWS: শ্ৰদ্ধা হত্যাকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ কেইবাটাও দিন পাৰ হৈ গৈছে। এই হত্যাক লৈ বিভিন্ন ৰহস্যৰ…

প্ৰেমে নামানে পৰিসীমা! প্ৰেমৰ বাবেই বেলজিয়াম এৰি ভাৰতলৈ আহিল কেমিলি…

NB NEWS: প্ৰেমৰ টান। ভাৰতলৈ ফুৰিবলৈ আহি টুৰিষ্ট গাইড তথা অটো চালকৰ সৈতে ঘনিষ্ঠ হৈ পৰে…

ফেচবুকে সলাইছে নিয়ম! ১ ডিচেম্বৰৰ পৰা প্ৰফাইলত নাথাকিব এইকেইটা তথ্য

NB NEWS: ফেচবুক মেটাই দিনক দিনে আনিছে নতুন নিয়ম। ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে বিভিন্ন ফিচাৰ এড কৰিছে…

কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই

NB NEWS: বিশেষজ্ঞই প্ৰকাশ কৰা মতে কৰ্কট নিৰ্ণয়ৰ বাবে আধুনিক যন্ত্ৰপাতি আৱিষ্কাৰ হৈছে৷ কেৱল সচেতনতা অৱলম্বন…

প্রভাৱশালী কয়দীৰ যৌন ইচ্ছা পুৰণ কৰিব লাগে সাধাৰণ কয়দীয়ে! সাধাৰণ কয়দীক ইচ্ছাৰ বিৰুদ্ধে কোনে বাধ্য কৰোৱাই সম্ভোগৰ বাবে?

NB NEWS: তিহাৰ জে’লত বন্দী হৈ থকা দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনক মালিছ দি থকাৰ এটা ভিডিঅ’…

নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস… অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ…

NB NEWS: নতুনকৈ লিখা হ’ব ভাৰতবৰ্ষৰ ইতিহাস। কাৰণ পূৰ্বৰ যি ইতিহাস আমি জানো, সেই ইতিহাস সঠিক…

মেগাষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠস্বৰ, ছবি অবিকলভাৱে নকল কৰিব পাৰিলেও নকৰিব! এই কাৰ্যকলাপ কৰিলে কাৰাগাৰৰ দুৱাৰ খোল খাব আপোনাৰ বাবেও…

NB NEWS: অনুমতি অবিহনে অমিতাভ বচ্চনৰ ছবি, কণ্ঠস্বৰ ব্যৱহাৰ কৰিব নোৱাৰিব। দিল্লী আদালতে দিয়া এক বিশেষ…