এছিয়া কাপৰ দল ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট বৰ্ডে, ২ নতুন মুখ ১৭ জনীয়া দলত

এছিয়া কাপৰ দল ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট বৰ্ডে, ২ নতুন মুখ ১৭ জনীয়া দলত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এছিয়া কাপৰ বাবে ১৭ জনীয়া দল ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট বৰ্ডে। দেশৰ মাটিতেই এদিনীয়া বিশ্বকাপৰ বাবে দলৰ সদস্য বাচনি কৰা হৈছে। এইবাৰ ক্ৰিকেটাৰ শ্ৰেয়ছ আয়াৰ আৰু লোকেছ ৰাহুল ভাৰতীয় দলত উভতিছে। এইবাৰ দলটোত নতুন মুখ হৈছে তিলক বৰ্মা। ৰিজাৰ্ভ ক্ৰিকেটাৰ হিচাপে সঞ্জু চেমছনক ৰখা হৈছে। সোমবাৰে বিচিচিআইৰ নিৰ্বাচক কমিটিৰ বৈঠকত এই সিদ্ধান্ত লৈছে কমিটিয়ে।

এই কমিটিত আছে কোচ ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক ৰোহিতো। এই বৰ্ডে চিনাক্ত কৰা ১৭ জনীয়া দলত আছে ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমন গীল, লোকেশ ৰাহুল, শ্ৰেয়থ আয়াৰ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, কুলদ্বীপ যাদৱ, ঈশান কিষাণ( উইকেটকিপাৰ), অক্ষৰ পেটেল, শাৰ্দূলা ঠাকুৰ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, প্ৰসিদ্ধ কৃষ্ণ, সঞ্জু ছেমছন(ৰিজাৰ্ভ)।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *