চৰকাৰী চাকৰি লাগে যদি আজিয়েই কৰক এই কাম…

চৰকাৰী চাকৰি লাগে যদি আজিয়েই কৰক এই কাম…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ অসম চৰকাৰত চাকৰিৰ বাবে আবেদন কৰিবলৈ আপুনি এই বিশেষ কামটো কৰিবই লাগিব।  যদিহে আপুনি এই কামটো নকৰে তেন্তে আপুনি চৰকাৰী চাকৰিৰ বাবে কৰা সকলো প্ৰস্তুতি অথলে যাব। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডা০ ৰনোজ পেগুৱে পুনৰ এবাৰ সকলো প্ৰাৰ্থীকে এই বিশেষ কামটো কৰিবলৈ মনত পেলাই দিছে।

। পঢ়া-শুনাৰ পৰিৱৰ্তে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰাটোও অন্যতম গুৰুত্বপূৰ্ণ কাম। কিন্তু কেনেকৈ কৰিব নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন? উল্লেখ্য যে ২০২৪চনৰ ২৯ ফেব্ৰুৱাৰীৰ আগত কৰিব লাগিব আবেদন। সহায়ৰ বাবে কেতবোৰ হেল্পলাইন মুকলি কৰি দিছে অসম চৰকাৰে। সমাজিক মাধ্যমত জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

Image

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *