ভাৰতীয়ৰ মহানুভৱতা, ভাৰতৰ দৰে সহায়কাৰী দেশ মই কেতিয়াও দেখা নাই

ভাৰতীয়ৰ মহানুভৱতা, ভাৰতৰ দৰে সহায়কাৰী দেশ মই কেতিয়াও দেখা নাই

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ভাৰতক প্ৰশংসাৰে উপচাই তুলিলে ডেনমাৰ্কৰ এজন নাগৰিকে ৷ ভাৰতৰ দৰে দয়াশীল, সহায়কাৰী দেশ মই কেতিয়াও দেখা নাই ৷ এই মন্তব্য এজন ডেন মাৰ্কৰ নাগৰিকৰ ৷

উল্লেখ্য যে, এণ্ডাৰ্ছ এণ্ডাৰছন নামৰ এজন ব্যৱসায়ী ভাৰত ভ্ৰমণলৈ আহি হেৰুৱাইছিল তেওঁৰ ঘড়ী ৷ পৰৱৰ্তীসময়ত তেওঁ সামাজিক মাধ্যমত ঘটনা সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ শ্বেয়াৰ কৰা পোষ্টৰ ভিত্তিতে ব্যক্তিজনে উভতাই পাবলৈ সক্ষম হয় তেওঁৰ মূল্যবান ঘড়ীটো ৷

উল্লেখ্য যে, বেংগালুৰু বিমানবন্দৰৰ কৰ্মচাৰীসকলে সযতনে ৰাখি উভতাই দিখিল ডেনমাৰ্কৰ ব্যক্তিজনৰ ঘড়ীটো ৷
যাৰবাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে বিমানবন্দৰৰ কৰ্মচাৰীৰ লগতে সমগ্ৰ ভাৰতীয় নাগৰিকক ৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *