ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়েই! জনালে তদন্তকাৰী আৰক্ষী দলে…

ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়েই! জনালে তদন্তকাৰী আৰক্ষী দলে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰে নাম সাঙুৰ খাই বহুদিন আত্মগোপন কৰি অৱশেষত আত্মসমৰ্পণ কৰিছিল ৰাহুল ছেত্ৰীয়ে। ৰাহুল চেত্ৰীক লৈ তদন্তকাৰী আৰক্ষীয়ে সদৰি কৰিছে কেইটামান গুৰুত্বপূৰ্ণ কথা। শেহতীয়াকৈ একাংশই ৰাহুল ছেত্ৰীক বিভিন্ন যুক্তিৰে নিৰাপত্তা দিবলৈ চেষ্টা কৰিছে যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে ডিব্ৰুগড়ৰ উক্ত ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়েই।

ভুক্তভোগী আনন্দ শৰ্মাইও উক্ত বিষয়ক লৈ প্ৰথমে ৰাহুল চেত্ৰীয়ে প্ৰহাৰ কৰিছিল বুলিয়েই মতপোষণ কৰিছিল। আৰু ৰাহুলৰ উচিত শাস্তিৰ দাবী কৰিছিল। আৰক্ষীৰ প্ৰাৰম্ভিক স্তৰত ৰাহুল ছেত্ৰী অভিযুক্ত বুলি প্ৰমাণ পোৱাৰ পাছতে আৰক্ষীয়ে তেওঁক ৫দিনৰ জিম্মাাতো লৈছে। ইফালে এতিয়াও পলাতক হৈ আছে কেইবাজনো অভিযুক্ত শিক্ষাৰ্থী।

One thought on “ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়েই! জনালে তদন্তকাৰী আৰক্ষী দলে…

Leave a Reply

Your email address will not be published. Required fields are marked *

One thought on “ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়েই! জনালে তদন্তকাৰী আৰক্ষী দলে…

Leave a Reply

Your email address will not be published. Required fields are marked *