সদৌ অসম ভিত্তিত NB NEWSৰ দিহানাম প্ৰতিযোগিতা; ডাউনলোড কৰক প্ৰ-পত্ৰ

সদৌ অসম ভিত্তিত NB NEWSৰ দিহানাম প্ৰতিযোগিতা; ডাউনলোড কৰক প্ৰ-পত্ৰ

দিহানাম
দিহানাম
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

নামতীসকলৰ বাবে সুখবৰ! NB NEWSয়ে আয়োজন কৰিছে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। আপোনালোকেও অংশগ্ৰহণ কৰক NB NEWSৰ এই বৃহৎ প্ৰতিযোগিতাত। শ্ৰেষ্ঠ ৩টা দিহানাম দললৈ আগবঢ়োৱা হ’ব আকৰ্ষণীয় পুৰস্কাৰ।
প্ৰথম পুৰস্কাৰঃ মুক্তিযুঁজাৰু স্বৰ্গীয় উপেন চন্দ্ৰ দাস সোঁৱৰণী ট্ৰ’ফী, নগদ ১ লাখ টকা আৰু প্ৰমাণপত্ৰ
দ্বিতীয় পুৰস্কাৰঃ স্বৰ্গীয় ড০ বিদ্যাপতি শৰ্মা সোঁৱৰণী ট্ৰ’ফী, নগদ ৫০,০০০ টকা আৰু প্ৰমাণপত্ৰ
তৃতীয় পুৰস্কাৰঃ স্বৰ্গীয় পৱন জেউতি বৰ্মন সোঁৱৰণী ট্ৰ’ফী, নগদ ৩০,০০০ টকা আৰু প্ৰমাণপত্ৰ
দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পূৰণ কৰিব লাগিব প্ৰ-পত্ৰ। প্ৰ-পত্ৰখন পূৰণ কৰি জমা দিয়ক NB NEWSত। দলৰ নাম, ঠিকনা আৰু ফোন নম্বৰ লিখি হোৱাটছএপ কৰক NB NEWSলৈ। আমাৰ হোৱাটছএপ নম্বৰ 86387 64864
আমাৰ বেৱছাইট www.nbnews.comৰ পৰা ডাউনলোড কৰিব পাৰিব প্ৰ-পত্ৰ।

ডাউনলোড কৰক প্ৰ-পত্ৰ

প্ৰতিযোগিতাৰ নিয়মাৱলী

আমাৰ মুখ্য কাৰ্যালয় খ্ৰীষ্টানবস্তি, মাইনাক টাৱাৰ, চতুৰ্থ মহলাৰ পৰাও সংগ্ৰহ কৰিব পাৰিব প্ৰ-পত্ৰ। অথবা আপোনাৰ অঞ্চলৰ NB NEWSৰ স্থানীয় সংবাদদাতাৰ পৰা সংগ্ৰহ কৰক প্ৰ-পত্ৰ।
দিহানাম প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ, ২০২৩। গতিকে পলম নকৰি যোগদান কৰক NB NEWSৰ দিহানাম প্ৰতিযোগিতাত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *