লাজ লগা! ৰোগী কঢ়িওৱা এম্বুলেঞ্চত দৈনিক চলে অসামাজিক কাম, ওলাল মাদক দ্ৰব্য, কণ্ডম, ভাঙকে ধৰি বহু সামগ্ৰী

লাজ লগা! ৰোগী কঢ়িওৱা এম্বুলেঞ্চত দৈনিক চলে অসামাজিক কাম, ওলাল মাদক দ্ৰব্য, কণ্ডম, ভাঙকে ধৰি বহু সামগ্ৰী

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অসম লাইভ২৪ঃ
এম্বুলেঞ্চত ৰোগী কঢ়িওৱাৰ সলনি চলে অসামাজিক কাম৷
লখিমপুৰত এখন এম্বুলেন্সত ওলাল মদ, ভাং, টাচ পাত, কণ্ডম আৰু চোকা অস্ত্ৰ৷
লখিমপুৰ মেডিকেল কলেজৰ মূল প্ৰৱেশদ্বাৰতে স্থানীয় লোকে জব্দ কৰিছে এম্বুলেন্সখন৷
স্থানীয় ৰাইজে এম্বুলেন্সখন আৱদ্ধ কৰি খবৰ দিয়ে লীলাবাৰী আৰক্ষীক৷
আৰক্ষীয়ে এম্বুলেন্সখনৰ ভিতৰৰ পৰা জব্দ কৰিছে আপত্তিজনক সামগ্ৰীখিনি৷
এম্বুলেন্সখনৰ নম্বৰ AS-07C-6501
এম্বুলেন্সখন পুৱাল কোঁচ নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে৷
পুৱাল কোঁচে লখিমপুৰ মাৰোৱাৰী যুৱ মঞ্চৰ পৰা ক্ৰয় কৰিছিল এম্বুলেন্সখন৷
দীর্ঘদিনৰ পৰাই LMCHৰ প্ৰৱেশ পথৰ দাঁতিত থকা এম্বুলেন্স খনতে অসামাজিক কার্য সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *