মৃতদেহৰ মাজত পুত্ৰক বিচাৰি হাহাকাৰ পিতৃৰ৷ বালাছোড়ৰ দুৰ্ঘটনাস্থলীৰ এক হৃদয় বিদাৰক দৃশ্য

মৃতদেহৰ মাজত পুত্ৰক বিচাৰি হাহাকাৰ পিতৃৰ৷ বালাছোড়ৰ দুৰ্ঘটনাস্থলীৰ এক হৃদয় বিদাৰক দৃশ্য

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অসম লাইভ২৪ঃ মৃত্যুৰ উপত্যকালৈ যেন পৰিণত হৈছে কৰ্ণাটকৰ বালাছোড়। বালছোড়ত সেই ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ ৪০ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো এতিয়াও সম্পূৰ্ণৰূপে উদ্ধাৰ হোৱা সকলো যাত্ৰী। বালাছোড়ত এতিয়া কেৱল যাত্ৰীৰ আত্মীয়ৰ আৰ্তনাদ। চিকিত্সালয়তো ঠাইৰ অভাৱ৷ এতিয়া যাত্ৰীৰ মৃতদেহেৰে ভৰি পৰিছে বালাছোড়ৰ বিভিন্ন ঠাই। আৰু সেই নিঠৰ দেহৰ মাজত নিজৰ আত্মীয়ক বিচাৰি বিভিন্নলোকৰ হাহাকাৰ৷ ইয়াৰ মাজতে নিজৰ পুত্ৰক বিচাৰি হাহাকাৰ কৰিছে এগৰাকী পিতৃয়ে। যি দৃশ্যই এতিয়া সকলোকে আৱেগিক কৰি তুলিছে৷ শ শ মৃতদেহৰ মাজত ব্যক্তিগৰাকীয়ে নিজৰ পুত্ৰক বিচাৰি ফুৰিছে। নিজৰ কৰ্মস্থানৰ পৰা ঘৰলৈ উভতি আহি আছিল পুত্ৰ। দুৰ্ঘটনাগ্ৰস্ত হোৱা কৰোমণ্ডল এক্সপ্ৰেছতে আছিল তেঁওৰ পুত্ৰ। আৰু তাৰ পিছৰ পৰা পুত্ৰৰ কোনো খৱৰ লাভ কৰা নাছিল পিতৃয়ে । সেয়ে মনত এজাক শংকা লৈ নিঠৰ দেহৰ মাজত পুত্ৰৰ সন্ধানত নামি পৰিছে ব্যক্তিগৰাকী। পিছো তাৰ মাজতো পিতৃয়ে নাপালে পুত্ৰৰ সন্ধান। মৃতদেহৰ মাজত পুত্ৰক নাপায় কিছু সময়ৰ বাবে স্বস্তিৰ নিশ্বাস এৰিছে ব্যক্তিগৰাকীয়ে। তাৰ পাছতে আকৌ পুত্ৰৰ সন্ধানত অন্য ঠাইলৈ যাত্ৰা কৰিছে ব্যক্তিগৰাকীয়ে। কিমান কষ্টকৰ হ’ব এই যাত্ৰা, সহজে অনুমেয়। ঠায়ে ঠায়ে গোট খাই থকা মৃতদেহৰ চিনাক্ত কৰিবৰ বাবে প্ৰশাসনে লৈছে এক বিশেষ পদক্ষেপ৷ প্ৰশাসনে ওড়িশা ৰে’ল দুৰ্ঘটনাত মৃত লোকৰ ফটো তুলি এনেদৰে ৰাখিছে প্ৰশাসনে৷ যাতে সেই ফটো চাই মৃতদেহ চিনাক্ত কৰিব পাৰে আত্মীয়ই৷ সঁচাকৈয়ে ভাষাৰে বুজাব নোৱাৰা এক পৰিৱেশে বিৰাজ কৰিছে উৰিষ্যাৰ দুৰ্ঘটনাস্থলীত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *