ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

ব্ৰাজিল জিকিলেও নেইমাৰৰ চকুত চকুলো! এয়াই শেষৰখন খেল নেকি নেইমাৰৰো?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: বিশ্বকাপ ফুটবলৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী। নেইমাৰ, মেছি, ৰোণাল্ডোৰ দৰে তাৰকা খেলুৱৈৰ ভৰিৰ যাদুৱে মোহাছন্ন কৰে বিশ্ববাসীক। কাটাৰত অনুষ্ঠিত বিশ্বকাপত মেছি বাহিনীৰ পৰাজয়ে বিশ্ব ফুটবলত মেছিৰ অনুৰাগীসকলক হতাশ কৰিলেও কালি নেইমাৰৰ খেলৰ চৰ্চা এতিয়া সকলোতে।

ছাৰ্বিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে খেলত নামিছিল নেইমাৰ নেতৃত্বাধীন ব্ৰাজিল। মেচত ব্ৰাজিল ২-০ গ’লত জয়ী হয়। কিন্তু এই জয়ৰ পিছতো কান্দোনত কিয় ভাঙি পৰিছিল নেইমাৰ। ভৰিত দুখ পায় বাগৰি পৰিছিল নেইমাৰ। যন্ত্ৰণাত কান্দি উঠা নেইমাৰক দেখি নেইমাৰৰ সমৰ্থকৰো সেমেকি উঠিছিল দুচকু। এই আঘাত লৈ কেনেকৈ আগন্তুক খেলত ভাগ ল’ব নেইমাৰে, সেই বিষয়টোক লৈও চিন্তিত হৈছে নেইমাৰৰ সমৰ্থকসকল। নেইমাৰে পৰৱৰ্তী মেচত নাথাকিলেও কিন্তু বিশ্বকাপ জয়ৰ লক্ষ্যৰে ব্ৰাজিলবাহিনী আত্মবিশ্বাসী।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *