আৰক্ষী বিষয়াৰ এটা ভাইৰেল পোষ্ট, ‘তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, সিঁহতে তেতিয়া পুৱা উঠি দৌৰিবলৈ গৈছিল…’ কিয় চৰ্চা লাভ কৰিছে পোষ্টটোৱে?

আৰক্ষী বিষয়াৰ এটা ভাইৰেল পোষ্ট, ‘তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, সিঁহতে তেতিয়া পুৱা উঠি দৌৰিবলৈ গৈছিল…’ কিয় চৰ্চা লাভ কৰিছে পোষ্টটোৱে?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, ভাইৰেল পৃথিৱীঃ আৰক্ষী বিষয়া বিক্ৰম বৰুৱা এতিয়া ছচিয়েল মিডিয়াৰ ভাইৰেল নাম৷ আৰক্ষী উপপৰিদৰ্শক হিচাপে থকা বিক্ৰম বৰুৱাই দিছিল এটা বিশেষ ফোছবুক পোষ্ট৷ পোষ্টটো দিয়া মাত্ৰকেই কেইবাহাজাৰো ভিউজ৷ সামাজিক মাধ্যমত বহুজনেই আজিকালি ৰীলছ বনাই৷ সেই ৰীলছ বনোৱা ব্যক্তিসকলক উদ্দেশ্যিয়েই পোষ্টটো শ্বেয়াৰ কৰিছে আৰক্ষী উপপৰিদৰ্শক বিক্ৰম বৰুৱাই৷

আৰক্ষী বিক্ৰম বৰুৱাই লিখিছে, ‘সিহঁতে যেতিয়া ৰাতি ৰাতি পঢ়ি আছিল৷ তেতিয়া তুমি blanket ৰ তলত সোমাই reel scroll কৰি আছিলা, meme share কৰি আছিলা, বাবু সোনা কৰি আছিলা। সিহঁতে যেতিয়া পুৱা 4-5 বজাত উঠি দৌৰিব গৈছিল তেতিয়া তুমি 10-11 লৈকে শুই আছিলা। যেতিয়া সিহঁতে চাকৰি পাইছে তুমি কোৱা পইচা দিলেহে চাকৰি পাই। New trend বুলি আল-বাল ৰীল daily তুমি বনাবা আৰু সেই কম বয়সীয়া ডেকা-গাভৰু পুলিচ/ফৰেষ্ট অফিচাৰ বোৰে যেতিয়া ইউনিফৰ্ম যোৰ earn/deserve কৰি ৰীল বনাব তুমি ট্ৰল কৰিবা “ৰীল বনাবলে হে ইউনিফৰ্ম পিন্ধিছে” Hypocrisy ki bhi Sema hoti hain.’

এই লেখাখিনিক বহুতেই সমৰ্থন জনোৱাৰ বিপৰীতে একাংশই কিন্তু এতিয়াও আপত্তি দৰ্শাই থকা পৰিলক্ষিত হৈছে৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *